
জয়ন্ত দাৰ নাম
Biki Kakati
プロンプト
INTRO- অ’ মৰমৰ জয়ন্ত দা তুমি আমাৰ জয়ন্ত দা তোমাৰ বিনে এই দুনীয়া আমি যে হৈ যাওঁ ঘূণীয়া VERSE- সকলোৰে মৰমৰ জয়ন্ত দা দেখাই শুনাই আছে কিন্তু ভদ্ৰতা বেঙা হোজা লৰা দেখি বিচনা বিকে সকলোবোৰ কু চিন্তা জেমিনাইৰ পৰা শিকে অশ্বগন্ধা খাই তেওঁ বৰ মতা দেখুৱাই এজাক বৰষুণ আহিলেই লগে লগে পলায় জেমিনাইৰ পৰাই তেওঁ ৰোগ নিয়ন্ত্ৰণ কৰে ইফাল-সিফাল ফৰিঙৰ দৰে জঁপিয়াই ফুৰে RAP- জেমিনাইৰ পৰা তেওঁ লৈ ললে দীক্ষা ছোৱালী কেনেকৈ পতায় দিয়ে আমাক শিক্ষা জয়ন্ত দাই TRY মাৰে গাড়ীত উঠাবলে RAPIDOৰ পইছা বাচিব মোৰ লগত গলে চাধা মাৰি ভাবি থাকে গাড়ীত কেনেকৈ উঠাম উঠাই লৈ গাড়ী জানো চিধা PARK কৰাম যি হয় দেখা যাব থৈ আহিম তাইক মাৰ খাম ঘৰত গৈ সেইটো কিন্তু RIGHT CHORUS- অ মৰমৰ জয়ন্ত দা কিয় বনিলা বেঙেৰা অশ্বগন্ধা খাই তুমি নিজকে নাভাবিবা চেঙেৰা থবলৈ যোৱা তুমি কোনো কথা নাই ঘৰত কিন্তু ঘৈণী আছে ভাবিবা সদায় OUTRO- MY NAME IS JAYANTA JAYANTA IS MY NAME এতিয়াও মোৰ প্ৰেম ভাব আছে I DON’T HAVE SHAME